প্রতি,
মানণীয় শ্রীযুঠ ............................................
গাঁঁও ...............................
মহাশয়
ইয়াৰ দ্বাৰা আপোনাক জনোবা যায় যে যোবা ইং ................. তাৰিখত আমাৰ বুঢ়া পূজাশালি দূর্গা পূজা
কমিটিৰ পৰা মুঠ ....................................... টকা ঋণ লৈছিল আৰু বর্তমান উক্ত ঋণৰ টকা সুতে - মুলে
মুঠ .................................. টকা হৈছে। গতিকে আপোনাক অহা ৬ / ৯ / ২১ তাৰিখে মুঠ টকা আদায় দিবলৈ অনুৰোধ জনোবা হল। ইতি।
আপোনাৰ বিশ্বাসী
Comments
Post a Comment